FREE RECHARGE ON PAYTM. BIG CASHBACK LOOT OFFER PROMOCODE.
নমস্কাৰ। Paytm য়ে লৈ আহিছে আকৌ FREE RECHARGE OFFER। আৰু আজিৰ এই post টোত আমি আলোচনা কৰিম কেনেকৈ আপুনি এই offer লাভ কৰিব আৰু কি promocode apply কৰিব আৰু এই offer কিমান বাৰলৈ লব পাৰিব সকলো বিতংকৈ আলোচনা কৰা হব।How to Get free Paytm Recharge :
এই offer টো পাবৰ বাবে আপোনাৰ এটা Paytm account থকাটো জৰুৰী। আৰু যদিহে আপোনাৰ Paytm account নাই তেন্তে ইয়াত ক্লিক কৰক।এই Free Recharge কিমান বাৰলৈ লব পাৰি?
এই offer টো এটা account ৰ বাবে এবাৰেই কৰিব পাৰি। কিন্তু যদিহে আপোনাৰ এটাতকৈ অধিক নম্বৰ আছে, তেন্তে আপুনি সিমান বাৰ এই offer ব্যৱহাৰ কৰিব পাৰিব।Free Recharge পাবলৈ তলৰ steps কেইটা follow কৰক :
Step 1: প্ৰথমে ইয়াত ক্লিক কৰি Google Paly Store ৰ পৰা Paytm app টো install কৰক আৰু আপোনাৰ ফোন নম্বৰ আৰু password দি log in কৰক। যদি আপোনাৰ paytm account আগতে খোলা নাই তেন্তে creat new account ত ক্লিক কৰি এটা নতুন account খোলক।
যদিহে আপুনি আগতেই log in কৰি থৈছে তেন্তে step 2 ৰ পৰা continue কৰক।
Step 2: এতিয়া Mobile Prepaid ত ক্লিক কৰক আৰু আপোনাৰ ফোন নম্বৰ enter কৰক। Amount ত ₹20 লিখক।
Step 3: এতিয়া Proceed to Recharge ত ক্লিক কৰক আৰু next Page ত Have a Promocode ত ক্লিক কৰক। আৰু Promocode page ৰ পৰা MONTHLY 20 ৰ Apply ত ক্লিক কৰক।
Step 4: এতিয়া Proceed to pay ত ক্লিক কৰক আৰু debit card, upi netbanking বা credit card ৰ দ্বাৰা recharge কৰক। আৰু লগে লগে আপোনাৰ account ত ২০ টকা ৰ cashback সোমাই যাব।
আশাকৰো এই post ৰ দ্বাৰা আপোনাৰ সহায় হব। আৰু আপুনি ও Free Recharge লব পাৰিলে। তেন্তে এই post টো facebook ত share কৰি আনকো সহায় কৰক আৰু Paytm Recharge সম্বন্ধীয় সমস্যাৰ বাবে তলত comment কৰক। ধন্যবাদ।।
0 Comments