PayPal কি?
PayPal হ'ল এটা website যাৰ সহায়ত টকা পইছাৰ online লেনদেন কৰিব পাৰি। PayPal বহু পূৰণি আৰু বিশ্বাসযোগ্য service। বহুতো ডাঙৰ ডাঙৰ Advertising কোম্পেনীয়ে টকা পইচা ৰ লেনদেনৰ বাবে Paypal ব্যৱহাৰ কৰে। PayPal ৰ সুবিধা এয়েই যে ইয়াৰ সহায়ত বিদেশী মুদ্ৰা ও গ্ৰহণ কৰিব পাৰি। আৰু PayPal ৰ দ্বাৰা গ্ৰহণ কৰা টকা direct আপোনাৰ Bank Account ত সোমাই যাব। যাৰ বাবে কোনো ধৰণৰ extra charge দিব নালাগে।
PayPal ৰ সুবিধা সমূহ :
১।। Paypal ত আপোনাৰ credit card ৰ data নিদিয়াকৈ online যোগে টকা পইচা ৰ লেনদেন কৰিব পাৰি।
২।। PayPal ৰ দ্বাৰা debit card ৰে অন্য PayPal user লৈ টকা পঠিয়াব পাৰি।
৩।। PayPal ৰ সহায়ত advertising payment বা আপোনাৰ কোনো client ৰ পৰা টকা গ্ৰহণ কৰিব পাৰে।
৪।। PayPal ত টকা পইচা ৰ লেনদেনৰ বাবে কোনো ধৰণৰ online service charge দিব নালাগে। কিন্তু বহুতো online money transfer service য়ে বহুত বহুত charge লয়। PayPal ত service charge দিব নালাগে।
৫।। যদিহে আপুনি online Blog বা online earning ৰ বাবে কাম কৰিব বিচাৰে আপোনাৰ এটা paypal account থকাটো উচিত।
Steps to create a free PayPal account :
২।। Next Page ত আপোনাক “Personal and business account“ ৰ এটা select কৰিব দিব। আপুনি personal account select কৰিব। ইয়াক পিছলৈ PayPal ৰ dashboard ত change ও কৰিব পাৰিব।
৩।। Next Page ত এখন ফৰ্ম আহিব। তাত আপোনাৰ Name, PAN details, email, phone number আদি দিয়াৰ পাছত আপোনাৰ Paypal account create হৈ যাব।
PayPal account খোলাৰ সময়ত নাম আপোনাৰ PAN card ত যেনেকৈ আছে তেনেকৈ দিব লাগিব।
PayPal ত দিয়া email ত এটা mail যাব। আৰু সেই mail ত গৈ email confirm কৰাৰ পাছত এতিয়া Paypal ৰ সহায়ত আপুনি টকা পঠাব পাৰিব। কিন্তু টকা receive কৰিব ৰ বাবে আপোনাৰ Bank details link কৰিব লাগিব।
PayPal ত Bank account কেনেকৈ link কৰিব?
PayPal ত Bank account link দুটা step ত হয়। আৰু ইয়াৰ বাবে 48-72 ঘন্টাৰ প্ৰয়োজন হ'ব পাৰে।
Steps to link Bank account to your PayPal account :
১।। Bank account লিংক কৰিবৰ বাবে Add Bank account ত ক্লিক কৰক।
Next Page ত Bank account number, Bank IFSC code, আপোনাৰ নাম দি submit কৰক।
২।। আপোনাৰ Bank details দিয়াৰ পিছত account verify কৰিবলৈ 48 ঘন্টা ৰ ভিতৰত Paypal ৰ পৰা Bank account ত ২টা small deposit পঠাব ( e.g. ₹1.11+₹1.11)। Bank t টকা পোৱাৰ পিছত Paypal.com ত log in কৰক আৰু verify ত ক্লিক কৰক আৰু Bank পোৱা টকাৰ পৰিমাণ enter কৰি confirm কৰক।
আশাকৰো এই post ৰ দ্বাৰা আপোনাৰ সহায় হব। আৰু আপুনি ও এটা paypal account খুলিব পাৰিলে। তেন্তে এই post টো facebook ত share কৰক আৰু PayPal সম্বন্ধীয় সমস্যাৰ বাবে comment কৰক। ধন্যবাদ।।
0 Comments