নমস্কাৰ বন্ধুসকল। আমাৰ website লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ এই পোষ্টোত NRC ৰ চূড়ান্ত খচৰাত আপোনাৰ নাম কি দৰে বিচাৰিব সেই বিষয়ে জানিব পাৰিব।
৪ টা পদ্ধতি ব্যৱহাৰ কৰি আপুনি NRC ত আপোনাৰ নিজৰ নাম বিচাৰিব পাৰিব । তলত এই ৪ টা পদ্ধতি দিয়া হল।
১) আগতীয়াকৈ পঞ্জীয়ন কৰি স্বয়ংক্ৰিয় SMS ৰ জৰিয়তে সবিশেষ জানিব পাৰিব। আগতীয়াকৈ পঞ্জীয়ন কৰিবলৈ SMS কৰক :
ARN <space> আপোনাৰ ARN নম্বৰ লিখি তলত দিয়া যিকোনো এটা নম্বৰ লৈ পঠিয়াই দিয়ক।
নম্বৰ কেইটা হল :
7899405444
7026321133
7026861122
9765556555
২) online যোগেও আপুনি NRC ত আপোনাৰ নিজৰ নাম বিচাৰিব পাৰিব।
তলৰ website কেইটাত নাম চাব পাৰিৰ।
www.nrcassam.nic.in
www.assam.gov.in
www.assam.mygov.in
www.homeandpolitical.assam.gov.in
৩) ফোন কৰি আপুনি NRC ত আপোনাৰ নিজৰ নাম বিচাৰিব পাৰিব।
হেল্পলাইন নম্বৰ : 15107 (অসমৰ বাবে) আৰু
1800-3453762 (অসমৰ বাহিৰৰ বাবে)
৪) প্ৰয়োজন সাপেক্ষে NRC সেৱা কেন্দ্ৰটো চাব পাৰিব।
আশা কৰিছো আজিৰ এইটো post আপোনালোকৰ বাবে সহায়ক হব। অনুগ্ৰহ কৰি পোষ্টো share কৰি আনকো জানিবলৈ দিব।
আমাৰ website টো visit কৰা বাবে ধন্যবাদ।
Video Tutorial :
0 Comments