Download our app

How to use and earn money from phonepe app || Phonepe app ৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি।


আপোনালোকে বাৰু কেতিয়াবা ভাবিছেনে যে আপোনাৰ মোবাইলটোৰ সহায়ত আজৰি সময়ত টকা উপাৰ্জন কৰিব পাৰি। হয়, আজি মই আপোনালোকক এটা এনেকুৱা Android app ৰ বিষয়ে কম যিটো app ৰ সহায়ত আপুনি অতিকমেও ৩০০ টকা প্ৰতিদিনে লাভ কৰিব পাৰিব। এই app টোৰ নাম হ'ল Phonepe


Phonepe app টোৰ সহায়ত কেনেকৈ পইছা পাব পাৰি :





এইটো app ত বৰ্তমান বহুতো offers আছে। এই app টোত join হোৱাৰ পিছত প্ৰথম পইছা transfer কৰিলে ৫০% cashback পাব। ১৫০ টকা ত কৈ বেছিকৈ পইছা transfer কৰিলেও ৭৫ টকা ই পাব।
     আৰু এইটো app যদি আপুনি আন এজনক refer কৰে আৰু সেইজন ব্যক্তিয়ে যদি আপুনি দিয়া link ৰে  join হয় তেন্তে তেওঁ প্ৰথম পইছা transfer কৰাৰ লগে লগে আপুনি আপোনাৰ Account ত ৭৫ টকা পাব। আৰু এইটো পইছা আপুনি Bank Account টো transfer কৰিব পাৰিব নাইবা mobile recharge, DTH recharge, electricity bill ইত্যাদি দিওঁতে এই পইছা খিনি ব্যৱহাৰ কৰিব পাৰিব।

Phonepe app ত কেনেকৈ join হব :

1) প্ৰথমে ইয়াত ক্লিক কৰি PlayStore ৰ পৰা Phonepe app টো install কৰক।

2) Phonepe app টো open কৰক আৰু তাৰ পিছত আপোনাৰ Bank Account ত resister থকা mobile number, M-Pin, Email ইত্যাদি দি Phonepe ৰ এটা account বনাওক।

3) এতিয়া Bank Accounts ত click কৰক আৰু তাৰ পিছত Add New Bank Accounts ত click কৰক আৰু এইবাৰ আপোনাৰ Bank select কৰক।

4) এইবাৰ আপোনাৰ Bank Account Phonepe ত add কৰিবলৈ এটা message পঠিয়াব। এই message টো আপোনাৰ Bank Account ত resister থকা mobile number ৰে send কৰিব।

5) message send কৰাৰ পাছত Phonepe app য়ে আপোনাৰ Bank Account টো  Fetch কৰিব আৰু এইটো process সম্পূৰ্ণ হোৱাৰ পিছত আপুনি UPI PIN এটা দিব লাগিব আৰু এই number টো মনত ৰাখিব কাৰণ পিছত পইছা transfer কৰোতে এইটোৰ দৰকাৰ হব। আৰু তাৰ পিছত Confirm ত ক্লিক্ কৰক। 


6) এতিয়া আপুনি কাৰোবাক 150 টকা এই app টোৰ সহায়ত transfer কৰি দিয়ক আৰু আপুনি লগে লগে 75 টকা আপোনাৰ account ত পাব। এনেদৰে আপুনি ৫ টা transaction কৰক আৰু ৫ নম্বৰ transaction টোত 100 টকা transfer কৰক তেতিয়া আপুনি ৫০ টকা আপোনাৰ account ত পাব।
*আপোনাৰ যদি কোনো contact number নাই যাক আপুনি transfer কৰিব পাৰে তেন্তে মোক দিব পাৰে। মই আকৌ ঘূৰাই দিম। মোৰ নম্বৰটো হ'ল 8761873828। অনুগ্ৰহ কৰি কিবা অসুবিধা পালে whatsapp ত message দিব। Call নকৰিব। 

Phonepe ত refer কৰি কেনেকৈ পইছা পাব :

Phonepe ত invite and earn নামেৰে আন এটা পইছা income কৰিব পৰা ব্যৱস্থা আছে। ইয়াৰ পৰা আপুনি যিমান ইচ্ছা সিমান পইছা উপাৰ্জন কৰিব পাৰিব। আপোনালোকৰ বন্ধু বান্ধৱী সকলক invite কৰি পইছা উপাৰ্জন কৰিব পাৰিব। Invite কৰিবৰ বাবে My Account > Invite & Earn ত ক্লিক্ কৰি WhatsApp, Facebook, Gmail ইত্যাদি ত share কৰি আপোনাৰ বন্ধু বান্ধৱী ক Invite কৰিব পাৰিব।

Phonepe app ব্যৱহাৰ কৰাৰ সুবিধা সমূহ :

এই app ব্যৱহাৰ কৰি আপুনি কেবল পইছা উপাৰ্জন কৰাই নহয় ইয়াৰ সহায়ত অতিসহজে আপুনি আন এজনলৈ পইছা transfer কৰাৰ লগতে mobile recharge, DTH recharge, Bill Payment ইত্যাদি কৰিব পাৰিব।


আশাকৰোঁ আজিৰ এইটো post আপোনালোকৰ বাবে সহায়ক হব। যদিহে আপোনাৰ ভাল লাগিল পঢ়ি তেন্তে অনুগ্ৰহ কৰি Share কৰিব।
ধন্যৱাদ ।।

Post a Comment

0 Comments