Download our app

কাতি বিহুৰ শুভেচ্ছা বাণী।। Happy Kati Bihu Wish Image, Greetings, Pictures in Assamese for Whatsapp, Facebook, Twitter.

কাতি বিহুৰ গীত

তুলসীৰ তলে,
মৃগ পহু চৰে
তাকে দেখি ৰামচন্দ্ৰই
হৰ ধনু ধৰে ।।
কাৰ ঘৰত, লগাই চাকি
গোঁসাই ফুৰে দিনে ৰাতি
অ’ ৰাম, অ’ ৰাম
ৰাম ৰাম ৰাম।।

Happy Kati Bihu Wishes for Facebook

কাতিৰ আলোকে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, সমৃদ্ধি শান্তিৰ বতৰা। কৃষিজীৱী ৰাইজৰ মন আশাৰ সোনগুটিৰে উপচি পৰক মোৰ ৰ ফালৰ পৰা জনালোঁ আপোনালৈ অলেখ শুভকামনা।

Happy Kati Bihu Quotes for Facebook

কাতি বিহুৰ শুভেচ্ছা জনালো । অসমৰ ঘৰে ঘৰে জ্বলি উঠক তুলসী তলৰ চাকি আৰু পথাৰত জ্বলি উঠক আকাশবন্তি। কঙালীৰ গৰ্ভতে অঙ্কুৰিত হওক ভোগালীৰ বীজ।

সমূহ অসমবাসী ৰাইজলৈ বাপোতি সাহোন কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । আশা কৰো এই বিহুৱে অসমীয়াৰ জাতিৰ স্বকীয় গৌৰৱময় ইতিহাসৰ ধ্বজ্বা সগৌৰৱে বহন কৰক ।

কাতি বিহুৰ শুভেচ্ছা বাণী

মোৰ তৰফৰ পৰা সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালো । 

Kati Bihu Quotes for Whatsapp

সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালো........

কাতি বিহুৰ শুভেচ্ছা যাচিলো। কাতিৰ আলোকে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, সমৃদ্ধি শান্তিৰ বতৰা।

Happy Kati Bihu Wishes in Assamese

মোৰ ৰ ফালৰ পৰা জনালোঁ আপোনালৈ কাতি বিহুৰ অলেখ শুভকামনা।

Kati Bihu Greetings for Facebook

কাতি বিহুৰ শুভেচ্ছা বাণী।। Happy Kati Bihu Wish Image, Greetings, Pictures in Assamese for Whatsapp, Facebook, Twitter.

Kati Bihu Wishes Pictures in Assamese

কাতি বিহুৰ শুভেচ্ছা বাণী।। Happy Kati Bihu Wish Image, Greetings, Pictures in Assamese for Whatsapp, Facebook, Twitter.

কাতি বিহুৰ শুভেচ্ছা ফটো

সকলোলৈকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

কাতি বিহুৰ শুভেচ্ছা বাণী।। Happy Kati Bihu Wish Image, Greetings, Pictures in Assamese for Whatsapp, Facebook, Twitter.

কাতি বিহুৰ শুভেচ্ছা বাণী।। Happy Kati Bihu Wish Image, Greetings, Pictures in Assamese for Whatsapp, Facebook, Twitter.

কাতি বিহুৰ শুভেচ্ছা বাণী।। Happy Kati Bihu Wish Image, Greetings, Pictures in Assamese for Whatsapp, Facebook, Twitter.

কাতি বিহুৰ শুভেচ্ছা বাণী।। Happy Kati Bihu Wish Image, Greetings, Pictures in Assamese for Whatsapp, Facebook, Twitter.

Read Also :  ভোগালী বিহুৰ শুভেচ্ছা

Post a Comment

0 Comments