Download our app

বেলেগ app install নকৰাকৈ ফেচবুকৰ ভিদিঅ' কেনেকৈ ডাউনলোড কৰিব। How to download Facebook video without any third-party apps.


বেলেগ app install নকৰাকৈ ফেচবুকৰ ভিদিঅ' কেনেকৈ ডাউনলোড কৰিব।

বেলেগ app install নকৰাকৈ ফেচবুকৰ ভিদিঅ' কেনেকৈ ডাউনলোড কৰিব।


নমস্কাৰ বন্ধুসকল। আমাৰ ৱেবছাইট learninassamese.com লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ । আৰু আজিৰ এই পোষ্টোত আপোনালোকে শিকিব পাৰিব যে বেলেগ app install নকৰাকৈ ফেচবুকৰ ভিদিঅ' কেনেকৈ ডাউনলোড কৰিব।

বেলেগ কোনো application install নকৰাকৈ ফেচবুকৰ ভিদিঅ' ডাউনলোড কৰিবলৈ তলত দিয়া steps কেইটা ভালদৰে follow কৰক।


 Step 1 :-  ফেচবুক ৰ পৰা আপুনি যিটো ভিদিঅ' ডাউনলোড কৰিব বিচাৰিছে, সেইটো video ৰ লিংকটো প্ৰথমে copy কৰি লওক।

Video টোৰ লিংকটো copy কৰিবলৈ প্ৰথমে তাৰ কাষতে থকা ... icon টোত ক্লিক কৰক আৰু তাৰ পিছত "Copy Link" ত ক্লিক কৰক। ভালদৰে বুজিবলৈ তলৰ photo খন চাওঁক।

বেলেগ app install নকৰাকৈ ফেচবুকৰ ভিদিঅ' কেনেকৈ ডাউনলোড কৰিব।

 Step 2 :-  এতিয়া আপুনি ইয়াত ক্লিক কৰক। আৰু তলৰ photo খনত দেখুওৱাৰ নিচিনাকৈ copy কৰা লিংকটো তাত paste কৰক। আৰু ইয়াৰ পিছত Download ত ক্লিক কৰিলেই আপোনাৰ ফোনত সেই ভিদিঅ'টো ডাউনলোড হ' ব।

বেলেগ app install নকৰাকৈ ফেচবুকৰ ভিদিঅ' কেনেকৈ ডাউনলোড কৰিব।

এনেদৰে আপুনি বেলেগ app install নকৰাকৈ ফেচবুকৰ যিকোনো ভিদিঅ' ডাউনলোড কৰিব পাৰিব ।

অনুগ্ৰহ কৰি পোষ্টটো share কৰি আনকো জানিবলৈ দিব। 

Post a Comment

0 Comments