৩০ এপ্ৰিল, ইতিহাসত আজিৰ দিনটো
আজি ১৬ বহাগ ১৯৪০ শক
আজি বুদ্ধ পূৰ্ণিমা
আজি Paraguay ত শিক্ষক দিৱস (Teachers' Day)
আজি International Jazz Day (UNESCO)
আজি মেস্কিকোত শিশু দিৱস (Children's Day, Mexico)
আজি পাকিস্তানত শ্বহীদ দিৱস |
Martyr's Day
আজি Honesty Day (United States)
১৫৬৩ চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ পৰা ইহুদী সকলক বিতাৰণ কৰা হয় |
১৫৯৮ চনৰ আজিৰ দিনটোতে আমেৰিকাত থিয়েটাৰ নাটকৰ আৰম্ভণি হয় |
১৭৮৯ চনৰ আজিৰ দিনটোতে জৰ্জ ৱাছিংটন আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে |
১৮৭০ চনৰ আজিৰ দিনটোতে *ভাৰতীয় চলচ্চিত্ৰৰ জনক দাদা চাহেব ফাল্কেৰ জন্ম হৈছিল |*
১৮৯৭ চনৰ আজিৰ দিনটোতে J. J. Thompson এ Electron আৱিস্কাৰৰ কথা ঘোষণা কৰে |
আজি হেমচন্দ্ৰ বৰুৱা স্মৃতি দিৱস
১৮৯৬ চনৰ আজিৰ দিনটোতে হেমকোষ প্ৰণেতাৰ মৃত্যু |
1905 – Albert Einstein completes his doctoral thesis at the University of Zurich.
১৯৪৫ চনৰ আজিৰ দিনটোতে জাৰ্মান একনায়কত্ববাদী আৰু জাতীয়তাবাদী শাসক এডলফ হিটলাৰে মাত্র এদিন আগত বিবাহিত পত্নী ইভা ব্ৰাউনৰ সৈতে চায়েনাইড খাই পতি পত্নী উভয়ে গুলিয়াই আত্মহত্যা কৰিছিল |
১৯৫২ চনৰ আজিৰ দিনটোতে এন ফ্ৰেন্কৰ ডায়েৰীৰ প্ৰথম ইংৰাজী সংস্কৰণ প্ৰকাশ হৈছিল |
১৯৭৫ চনৰ আজিৰ দিনটোতে ভিয়েটনাম যুদ্ধৰ সামৰণি পৰে |
১৯৮৭ চনৰ আজিৰ দিনটোতে ক্ৰিকেটৰ ৰোহিত শর্মাৰ জন্ম হৈছিল |
১৯৯৩ চনৰ আজিৰ দিনটোতে প্ৰায়বোৰ ইউৰোপীয় দেশত WWW অৰ্থাৎ World wide web protocol মুক্ত কৰে |
1993 – CERN announces World Wide Web protocols will be free.
১৯৯৯ চনৰ আজিৰ দিনটোতে দেশ তোলাপাৰ লগোৱা জেছিকা লাল হত্যাকাণ্ড সংঘটিত হয় |
২০১২ চনৰ আজিৰ দিনটোতে ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত ৩৫০ জন যাত্রী কঢ়িওৱা এখন ফেৰী দুৰ্ঘটনা গ্ৰস্ত হোৱাত ১০৩ জনৰ মৃত্যু হয় |

✍️ ৰূপম দাস
whatsapp : 9613054687
0 Comments