Download our app

4 May || ৪ মে, ইতিহাসত আজিৰ দিনটো


৪ মে, ইতিহাসত আজিৰ দিনটো

আজি ২০ বহাগ ১৯৪০ শক

*আাজি বিশ্ব খনি শ্ৰমিক দিৱস* (কয়লা)
Coal Mine Worker's Day
১৯৮০ চনত আৰম্ভ |

আজি *আন্তঃৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপন কৰ্মী দিৱস*
*International Firefighters' Day*
২০১৬ চনৰ এক সমীক্ষা অনুসৰি ভাৰতবৰ্ষত মুঠ প্ৰয়োজনীয় (requirement of) ৮৫৫৯ টাৰ বিপৰীতে ২৯৮৭ টা fire stations আছে |

আজি *World Give Day*

আজি *আমেৰিকাত পক্ষী দিৱস (Bird Day)*

আজি *চীনত সাক্ষৰতা আৰু যুৱ দিৱস*

১৭৯৯ চনৰ আজিৰ দিনটোতে *ব্ৰিটিছৰ লগত মহিশূৰৰ ৰজা টিপু চুলতানৰ সংঘৰ্ষ হয় আৰু টিপু চুলতান নিহত হয় |*

১৮৫৪ চনৰ আজিৰ দিনটোতে আনুষ্ঠানিক ভাৱে *প্ৰকাশ হয় প্ৰথমটো ভাৰতীয় ডাক টিকত |* স্থাপিত হয় প্ৰথমটো আধুনিক ডাকঘৰ | (1st modern post office) কলকাতাত |

১৮০০ চনৰ আজিৰ দিনটোতে *ফোৰ্ট উইলিয়াম কলেজ প্ৰতিষ্ঠা* হৈছিল |

১৯২৯ চনৰ আজিৰ দিনটোতে *মাৰ্কিন চলচ্চিত্ৰ ইতিহাসত শ্ৰেষ্ঠ কিংবদন্তী নাৰী,* অভিনেত্রী Audrey Hepburn ৰ জন্ম | প্ৰকৃতিগতভাৱেই তেওঁ অন্যতম সুন্দৰী |

১৯৫৯ চনৰ আজিৰ দিনটোতে প্ৰথম The *1st Grammy Awards অনুষ্ঠিত* হৈছিল |

১৯৫৩ চনৰ আজিৰ দিনটোতে *Ernest Hemingway* এ The old man and the sea ৰ বাবে Pulitzer prize লাভ কৰে |

১৯০৪ চনৰ আজিৰ দিনটোতে The United States এ *পানামা খাল খননৰ কাম আৰম্ভ* কৰে |

১৯৪৫ চনৰ আজিৰ দিনটোতে *জাৰ্মানীৰ নাৎসি পাৰ্টী আনুষ্ঠানিক ভাৱে বিলুপ্ত |*

১৮৯৬ চনৰ আজিৰ দিনটোতে *লণ্ডন ডেইলী মেলৰ প্ৰথম সংস্কৰণ প্ৰকাশ হৈছিল |*

১৯২৪ চনৰ আজিৰ দিনটোতে *পেৰিছত অষ্টম অলিম্পিক আৰম্ভ* হৈছিল |

১৯৮৯ চনৰ আজিৰ দিনটোতে *NASA ৰ "মেগেলান" যানখনৰ শুক্ৰগ্ৰহ অভিমুখে যাত্ৰা*

 ১৯৪২ চনৰ আজিৰ দিনটোতে এন্দ্ৰিঅ' গৌড়নে'ক্লুই *অসমৰ ৰাজ্যপালৰ দায়িত্ব লয় |*

২০০৪ চনৰ আজিৰ দিনটোতে *ক্ৰিকেটৰ বাইবেল* হিচাপে জনাজাত *"উইজডেন"* ৰ তালিকাত অষ্ট্ৰেলিয়াৰ অধিনায়ক *ৰিকি পন্টিং শীৰ্ষত |*

১৯২৩ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ পৰিচালক মৃণাল সেনৰ জন্ম হৈছিল |

১৯৯৩ চনৰ আজিৰ দিনটোতে *দুবাৰকৈ এভাৰেষ্ট জয় কৰা বিশ্বৰ প্ৰথম মহিলা* হিচাপে Santosh Yadav এ *এভাৰেষ্ট জয়* কৰে | প্ৰথম ১৯৯২ চনৰ মে মাহত জয় কৰিছিল |
(She is the first woman in the world to climb Mount Everest twice)

১৯৯৪ চনৰ আজিৰ দিনটোতে ISRO ৰ শ্ৰীহৰিকোটাৰ পৰা ASLV ৰ অন্তিম উৰণ |


ৰূপম দাস
      
✍️ ৰূপম দাস 
whatsapp : 9613054687

Post a Comment

0 Comments