Download our app

2 May || ২ মে ইতিহাসত আজিৰ দিনটো


২ মে, ইতিহাসত আজিৰ দিনটো

আজি ইৰানত শিক্ষক দিৱস Teachers' Day (Iran)

আজি ইণ্ডোনেছিয়াত জাতীয় শিক্ষা দিৱস Indonesia National Education Day

১৫১৯ চনৰ আজিৰ দিনটোতে ইটালীৰ কালজয়ী চিত্ৰশিল্পী লিওনার্দো দা ভিঞ্চিৰ জন্ম হৈছিল |

১৯০২ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথম খন কল্পবিজ্ঞান চলচিত্ৰ A Trip To the Moon মুক্তি লভিছিল |

১৯২৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় মহিলাই দেশৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনতেই ভোটাধিকাৰ পায় |

১৯২১ চনৰ আজিৰ দিনটোতে *ভাৰত ৰত্ন* অস্কাৰ বিজয়ী চলচিত্ৰ পৰিচালক সত্যজিৎ ৰায়ৰ জন্ম হৈছিল |

১৯২৮ চনৰ আজিৰ দিনটোতে *অসমৰ প্ৰথম চনেট লিখোতা সাহিত্যিক হেমচন্দ্ৰ গোস্বামীৰ মৃত্যু হয় |*

১৯৫২ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথম খন জেট বিমান De Havilland Comet -1 লণ্ডনৰ পৰা জোহানচবাৰ্গলৈ যাত্রা কৰে |

১৯৬৯ চনৰ আজিৰ দিনটোতে ক্ৰিকেটৰ ব্ৰিয়ান লাৰাৰ জন্ম হৈছিল |

১৯৭৫ চনৰ আজিৰ দিনটোতে ফুটবলাৰ ডেভিদ বেকবামৰ জন্ম হৈছিল |

২০১১ চনৰ আজিৰ দিনটোতে সন্ত্রাসবাদী আল-কায়দাৰ প্রতিষ্ঠাতা ওছামা বিন লাদেনক নিধন কৰা হয় |


ৰূপম দাস
      
✍️ ৰূপম দাস 
whatsapp : 9613054687


Post a Comment

0 Comments