১ মে, ইতিহাসত আজিৰ দিনটো
আজি ১৭ বহাগ, ১৯৪০ শক
আজি বিশ্ব শ্ৰমিক দিৱস বা মে দিৱস
১৮৮৬ চনত আৰম্ভণি |
ভাৰতৰ মে দিৱসৰ আৰম্ভণি হয় ১৯২৩ চনত মাদ্ৰাজত |
আজি সংহতি দিৱস
আজি World Asthma Day
বিশ্ব এজমা দিৱস
(মে মাহৰ প্ৰথম মংগলবাৰে পালন কৰা হয়)
২০১৮ বৰ্ষৰ theme হৈছে : Never too early, never too late. It's always the right time to address airways disease".
আজি গুজৰাট দিৱস
আজি মহাৰাষ্ট্ৰ দিৱস
১৯৬০ চনৰ আজিৰ দিনটোতে পশ্চিম ভাৰতৰ নতুন দুটি প্ৰদেশ হিচাপে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ জন্ম হয় |
১৯৩০ চনৰ আজিৰ দিনটো আনুষ্ঠানিকভাৱে বামন গ্ৰহ "প্লুটো" ৰ নামাকৰন কৰা হৈছিল |
১৭৫১ চনৰ আজিৰ দিনটোতে আমেৰিকাত প্ৰথম ক্ৰিকেট খেলা অনুস্থিত হয় |
১৯৪০ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণে গ্ৰীস্মকালীন অলিম্পিক বন্ধ হৈ যায় |
১৯৪৮ চনৰ আজিৰ দিনটোতে গণতান্ত্রিক কোৰিয়াত প্ৰজাতন্ত্র (উত্তৰ কোৰিয়া) প্ৰতিস্থিত হয় |
১৯১৯ চনৰ আজিৰ দিনটোতে বিশিষ্ট গায়ক মান্না দেৰ জন্ম হৈছিল |
১৮৪০ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাজ্যত প্ৰথমবাৰৰ বাবে আনুস্থানিকভাবে পিছফালে আঠাযুক্ত ডাকটিকট চালু কৰা হয় | যাৰ নাম "পেনি ব্লেক" (penny black).
১৮৩৪ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাজ্যত দাসপ্ৰথা বাতিল কৰা হয় |
১৮৯৭ চনৰ আজিৰ দিনটোতে স্বামী বিবেকানন্দৰ ৰামকৃষ্ণ মিচন প্ৰতিষ্ঠা হয় |
১৯৮৯ চনৰ আজিৰ দিনটোতে Disney Studio আৰম্ভ কৰা হয় |

✍️ ৰূপম দাস
whatsapp : 9613054687
0 Comments